একৈশ শতিকাৰ অসমীয়া মধ্যবিত্ত শ্ৰে...

একৈশ শতিকাৰ অসমীয়া মধ্যবিত্ত শ্ৰেণী: ধাৰাবাহিকতা আৰু পৰিৱৰ্তন | অধ্যাপক অপূৰ্ব কুমাৰ বৰুৱা

NEZINE's Podcast by NEZINE
Sep 11, 2026
30:40

Episode notes

NEZINE's podcast

নিজাইন পডকাষ্টৰ এই খণ্ডত শুনক বিশিষ্ট ৰাজনৈতিক বিজ্ঞানী, লেখক, আৰু বুদ্ধিজীৱি অধ্যাপক অপূৰ্ব কুমাৰ বৰুৱাই প্ৰদান কৰা আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা (ABILAC) ৰ প্ৰাক্তন সঞ্ছালক, বিশিষ্ট লেখক, গৱেষক তথা সমাজ বিজ্ঞানী ড০ প্ৰফুল্ল মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠানৰ মূল বক্তৃতাৰ বাণীবদ্ধ ৰুপ । বিষয় – একৈশ শতিকাৰ অসমীয়া মধ্যবিত্ত শ্ৰেণী: ধাৰাবাহিকতা আৰু পৰিৱৰ্তন । NEZINE podcast: Dr Prafulla Mahanta Memorial Lecture delivered in Assamese by eminent political scientist, author and intellectual Prof. Apurba Kumar Baruah on the topic Assamese Middle Class of the Twenty First Century: Continuity and Change.

Photo courtesy: Dr Rahul Mahanta