Prerona Puthibhoral: An influenti...

Prerona Puthibhoral: An influential rural library in Assam that inspires its members to combine book reading with collective labour

NEZINE's Podcast di NEZINE
5 lug 2019
04:23

Note sull'episodio

One of Assam’s influential rural libraries- Prerona Puthibhoral’s innovative approach of combining book reading with activities that imbibe social responsibility has helped breaking the stereotype about reading habits among younger generation. Founded by Dwijendra Narayan Sarma at Bihampur in Nalbari district in 2000, Prerona Puthibhoral is also making efforts to make people realise the importance of collective labour which is a rarity in capitalist economy. In this podcast in Assamese, Anghsuman Sarma, a Ph D Research Scholar in Jawaharlal Nehru University, New Delhi, explains how the Prerona Puthibhoral showcases “collective labour” to make people realise that there is happiness in contributing labour for public interest by rising above individual interests.   

Narration: Manisha Kalita 
Photo - Dwijendra Narayan Sarma 

অসমৰ এক প্ৰভাৱশালী গ্ৰাম্য পুথিভঁৰাল - প্ৰেৰণা পুথিভঁৰালে গ্ৰন্থ অধ্যয়নক সামাজিক দায়বদ্ধতাৰ পাঠ শিকোৱা কামৰ সৈতে অভিনৱ সংযোজন ঘটাই নতুনচামৰ মাজত গ্ৰন্থৰ সমাদৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এক সামাজিক বিপ্লৱৰ সূচনা কৰিছে। ২০০০ চনত নলবাৰী জিলাৰ বিহামপুৰত দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই প্ৰতিষ্ঠা কৰা প্ৰেৰণা পুথিভঁৰালে অসমৰ গ্ৰাম্য জীৱনৰ হেৰাই যাব ধৰা 'সমূহীয়া শ্ৰমৰ' পৰম্পৰাকো পুনৰোদ্ধাৰ কৰাৰ প্ৰয়াস কৰিছে । প্ৰেৰণা পুথিভঁৰালে চাৰি দিনীয়া কাৰ্যসূচীৰে পুথিভঁৰালৰ সদস্য সকলৰ শ্ৰমদানেৰে বিষ্ণু ৰাভা দিৱস আয়োজন কৰাৰ মাজেৰে সমূহীয়া শ্ৰমৰ গুৰুত্ব আৰু সামাজিক শ্রমত থকা সৃষ্টিৰ আনন্দৰ বিষয়ে জনসাধাৰণক সচেতন কৰাৰ প্ৰয়াসৰ বাখ্যা কৰিছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গবেষক অংশুমান শৰ্মাই এই পডকাষ্টৰ জৰিয়তে । 

বিৱৰণী : মণীষা কলিতা   
ফটো - দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা

Support the show

Download NEZINE App to keep listening to NEZINE's podcast

Parole chiave

Rural Libary
book reading habits
rural libraries of Assam
Prerona Puthibhoral
Prerona Puthibhoral a rural library