উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্ম- নন্দিত...

উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্ম- নন্দিতা দেৱীৰ উপন্যাস বঙল বহু দূৰৰ বিষয়ে গল্পকাৰ পাপৰি বৰ্মনে কৰা এটি পৰ্যালোচনা

NEZINE's Podcast di NEZINE
6 mar 2023
07:23

Note sull'episodio

উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এই পডকাষ্টটিত আছে গল্পকাৰ পাপৰি বৰ্মনে নন্দিতা দেৱীৰ উপন্যাস বঙল বহু দূৰ (প্রকাশক-জ্যোতি প্ৰকাশন)ৰ বিষয়ে কৰা এটি পৰ্যালোচনা ।

 সংগীত - প্রিয়ানুজ পৰাশৰ

Creative works from Northeast: In this special podcast series in Assamese and English, we bring you review, analysis and observation on creative works from India’s northeast region. In this episode Short story writer Papari Barman reviews Nandita Devi’s Assamese novel Bangal Bohu Dur published by Jyoti Prakashan.  

 Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the better

Support the show

Download NEZINE App to keep listening to NEZINE's podcast