NEZINE's Podcast

NEZINE's Podcast

por NEZINE

Kabui Kei Oiba- The Tiger HeadI Manipuri Folktales- PHUNGA WARI

The term “Phunga” refers to a fireplace, usually placed in the kitchen and “Wari” means tales or stories in the Manipuri Language. In the evenings, the children of a household gather around the fireplace while their grandparents share traditional stories. When the individual terms “Phunga” and “Wari” are put together, they translate to “Folktales”, stories passed down from generation to generation.  This is the first episode of a three-part podcast series, each featuring a folktale narrated by an elder in Manipuri to capture the authentic beauty of oral storytelling. Each Manipuri narration is immediately followed by an English translation in Rajkumari Reekiya's voice.  Rajkumari Reekiya, a 5th Semester student of the Bachelor of Arts (Honours) in English at The Assam Royal Global University produced this podcast series as part of her Summer Internship with NEZINE.  English narration of this episode 1 (Kabui Kei Oiba- The Tiger Head) I Manipuri Folktales- PHUNGA WARI begins at [11:57]. Credits: Special thanks to Thingbaijam Ramananda Singh for his contribution. Music: Harish Kangjam Support the show Download NEZINE App to keep listening to NEZINE's podcast

কেনডিড্ টক ফ্ৰম নৰ্থ ইষ্ট- বিশিষ্ট সাহিত্য়িক অৰূপা পটঙ্গীয়া কলিতাৰ উপন্যাস –‘জছনাৰ ঝিটাছ’ৰ এটি আলোচনা

কেনডিড্ টক ফ্ৰম নৰ্থ ইষ্ট- বিশিষ্ট সাহিত্য়িক অৰূপা পটঙ্গীয়া কলিতাৰ উপন্যাস –‘জছনাৰ ঝিটাছ’ৰ এটি আলোচনা। আলোচকসকল ক্ৰমে সাহিত্য় সমালোচক আৰু সম্পাদক ড০ অসীম চুতীয়া, ঔপন্য়াসিক আৰু গল্পকাৰ জুৰি বৰা বৰগোহাঞি, গল্পকাৰ ড০ জুৰি বৰুৱা । আলোচনাটিৰ আঁত ধৰিছে নিজাইনৰ কাৰ্যবাহী সম্পাদক ৰত্না ভৰালী তালুকদাৰ Support the show Download NEZINE App to keep listening to NEZINE's podcast

অসমৰ অৰ্থনৈতিক বিকাশৰ চৰকাৰী তথ্যই সাধাৰণ জনতাৰ অৰ্থনৈতিক সমস্যা আৰু সংকট প্ৰতিফলিত কৰা নাই: অধ্যাপক জয়দীপ বৰুৱা

অসমৰ অৰ্থনৈতিক বিকাশৰ চৰকাৰী তথ্যই সাধাৰণ জনতাৰ অৰ্থনৈতিক সমস্যা আৰু সংকট প্ৰতিফলিত কৰা নাই: অধ্যাপক জয়দীপ বৰুৱা নিজাইন পডকাষ্ট: মুনীন বৰকটকী স্মাৰক ন্যাসে আয়োজন কৰা "Plain Facts... তথ্যৰে যুক্তি" শীৰ্ষক বক্তৃতালানিৰ দ্বিতীয় বক্তৃতা l বিষয় – ‘বিগত তিনি দশকৰ অসমৰ অৰ্থনীতি তথা সৰ্বসাধাৰণৰ জীৱিকা আৰু জীৱন’ বক্তা: বিশিষ্ট অৰ্থনীতিবিদ ড০ জয়দীপ বৰুৱা ভাষণ প্ৰসংগত তেখেতে কয় যে অসমৰ অৰ্থনৈতিক বিকাশৰ চৰকাৰী তথ্যই সাধাৰণ জনতাৰ অৰ্থনৈতিক সমস্যা আৰু সংকট প্ৰতিফলিত কৰা নাই বক্তৃতালানিৰ আঁত ধৰোঁতা- বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকী ফটো সৌজন্য -অৰিন্দম বৰকটকী NEZINE podcast: Second of the lecture series organised by the Munin Barkotoki Memorial Trust delivered by eminent economist and social scientist Prof Joydeep Baruah on the topic: 'Last three decades of Assam economy and life and livelihood of common people'. Dr Baruah is currently Professor and Director, Surya Kumar Bhuyan School of Social Sciences, Krishna Kanta Handiqui State Open University. "Official macro economic data on economy of Assam has not reflected the economic problems and crises of common people in the state," says Prof Baruah in his lecture delivered in Assamese. Lecture series is moderated by Eminent literary critic Arindam BorkataktiMusic: Priyanuj Parasar Photo courtesy Arindam Borkatakti Support the show Download NEZINE App to keep listening to NEZINE's podcast

"অসম আন্দোলনৰ মাজেৰে এনে এজন নেতা আমি নাপালোঁ, যাক আমি বন্দনা কৰিব পাৰোঁ"- বিশিষ্ট ইতিহাসবিদ ড: ৰাজেন শইকীয়া

নিজাইন পডকাষ্ট: মুনীন বৰকটকী স্মাৰক ন্যাসে আয়োজন কৰা "Plain Facts... তথ্যৰে যুক্তি" শীৰ্ষক বক্তৃতালানিৰ প্ৰথম বক্তৃতা l বিষয় - 'স্বৰাজোত্তৰ অসমৰ ৰাজনৈতিক ইতিহাস' বক্তা: বিশিষ্ট ইতিহাসবিদ ড: ৰাজেন শইকীয়াবক্তৃতালানিৰ আঁত ধৰোঁতা- অৰিন্দম বৰকটকী ভাষণ প্ৰসংগত তেখেতে কয়: "অসম আন্দোলনৰ মাজেৰে এনে এজন নেতা আমি নাপালোঁ, যাক আমি বন্দনা কৰিব পাৰোঁ" NEZINE podcast: First of the lecture series organised by the Munin Barkotoki Memorial Trust delivered by eminent Historian Rajen Saikia on the topic: "Assam's post Independent political history." "Assam Movement failed to produce a leader whom we can eulogize" says the eminent Historian in his lecture delivered in Assamese. Lecture series moderated by Arindam BarkataktiMusic: Priyanuj ParasarPhoto credit : Ratna Bharali Talukdar Support the show Download NEZINE App to keep listening to NEZINE's podcast

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “ৰূপান্তৰৰ শিল্পী”ৰ শিল্পদৰ্শন সাম্প্ৰদায়িকতাবাদ প্ৰতিহত কৰাৰ অন্যতম পোহৰ- শিল্পী দিৱস উপলক্ষে ৰত্না ভৰালী তালুকদাৰৰ বিশেষ পডকাষ্ট

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “ৰূপান্তৰৰ শিল্পী”ৰ শিল্পদৰ্শন সাম্প্ৰদায়িকতাবাদ প্ৰতিহত কৰাৰ অন্যতম পোহৰ- শিল্পী দিৱস উপলক্ষে ৰত্না ভৰালী তালুকদাৰৰ বিশেষ পডকাষ্ট । সংগীত- প্ৰিয়ানুজ পৰাশৰ Rupkonwar Jyotiprasad Agarwala’s philosophy of Art is a powerful weapon to counter communalism- a special podcast by Ratna Bharali Talukdar on Shilpi Divas. Music - Priyanuj Parashar. Support the show Download NEZINE App to keep listening to NEZINE's podcast

উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : লেখক, শিক্ষক অঞ্জুলা ভূঞা বৰাৰ সাহিত্যত আঘোণৰ প্ৰতিফলন বিষয়ক এটি আলোচনা

উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : লেখক, শিক্ষক অঞ্জুলা ভূঞা বৰাৰ সাহিত্যত আঘোণৰ প্ৰতিফলন বিষয়ক এটি আলোচনা। অঞ্জুলা ভূঞা বৰা গুৱাহাটীৰ অম্বিকাগিৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদালয়ৰ প্ৰাক্তন অধ্যক্ষ। সংগীত- প্ৰিয়ানুজ পৰাশৰ Literature and society in Northeast: Writer, teacher Anjula Bhuyan Borah discusses reflection of the Assamese calendar month Aghon in literature. Anjula Bhuyan Borah is a retired Principal of Ambikagiri Girls' Higher Secondary School, Guwahati. Music[ Priyanuj Parashar Support the show Download NEZINE App to keep listening to NEZINE's podcast

উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: লোকসংস্কৃতিৰ গৱেষক আৰু লেখক ডo ৰাজশ্ৰী হাজৰিকাই যুগুতোৱা লোকসংস্কৃতিবিষয়ক এটি আলোচনাe

উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: লোকসংস্কৃতিৰ গৱেষক আৰু লেখক ডo ৰাজশ্ৰী হাজৰিকাই যুগুতোৱা লোকসংস্কৃতিবিষয়ক এটি আলোচনা । সংগীত-প্রিয়ানুজ পৰাশৰ Literature and society in Northeast: A discussion on folk culture by folklorist and writer Dr Rajashree Hazarika. Music: Prianuj Parashar. This podcast is an episode of a series on Literature and society in northeast. In this special podcast series we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region. Support the show Download NEZINE App to keep listening to NEZINE's podcast

উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: ঔপন্যাসিক, গল্পকাৰ জুৰি বৰা বৰগোহাঞিয়ে তেখেতৰ সাহিত্য যাত্ৰাৰ বিষয়ে ব্যক্ত কৰা কিছু অনুভৱ

উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: ঔপন্যাসিক, গল্পকাৰ জুৰি বৰা বৰগোহাঞিয়ে তেখেতৰ সাহিত্য যাত্ৰাৰ বিষয়ে ব্যক্ত কৰা কিছু অনুভৱ সংগীত - প্রিয়ানুজ পৰাশৰ উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ-এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে লৈ আনো উত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ। Literature and society in Northeast: Novelist and short story writer Juri Borah Borgohain on her literary journey. Music: Prianuj Parashar. This podcast is an episode of a series on Literature and society in northeast. In this special podcast series we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region. Support the show Download NEZINE App to keep listening to NEZINE's podcast

উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ: দেৱব্ৰত দাসৰ উপন্যাস -'কড়ি খেলাৰ সাধু'ৰ বিষয়ে ড০ অংকুমনি দাসে কৰা এটি আলোচনা

উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ: বিশিষ্ট গল্পকাৰ আৰু উপন্যাসিক দেৱব্ৰত দাসৰ উপন্যাস -'কড়ি খেলাৰ সাধু'ৰ বিষয়ে সাহিত্য সমালোচক ড০ অংকুমনি দাসে কৰা এটি আলোচনা। উপন্যাসখনৰ প্ৰকশক প্ৰজ্ঞা মিডিয়াহাইপ । সংগীত-প্রিয়ানুজ পৰাশৰ Books from Northeast: A review of eminent short story writer and novelist Devabrat Das's novel Korhi Khelar Xadhu ( Publisher: Pragya Mediahype) by literary critic Dr Ankumani Das. Music: Priyanuj Parashar. Support the show Download NEZINE App to keep listening to NEZINE's podcast

উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ :‘প্ৰকৃতিৰ জমাদাৰ’ গ্ৰন্থখনৰ বিষয়ে মানসী গোস্বামীয়ে কৰা এটি আলোচনা

উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ :‘প্ৰকৃতিৰ জমাদাৰ’ গ্ৰন্থখনৰ বিষয়ে পৰিবেশ আৰু বি়জ্ঞান সংযোগ কৰ্মী মানসী গোস্বামীয়ে কৰা এটি আলোচনা।গ্ৰন্থখনৰ প্ৰণেতা-মানস প্ৰতীম দত্ত, বিমান সন্দিকৈ আৰু ধ্ৰুৱ জ্যোতি চেতিয়া। সংগীত-প্রিয়ানুজ পৰাশৰ Books from Northeast: A review of Prakritir Jamadar by Manoshi Goswami. In this podcast, science communicator and environment activist Manoshi Goswami reviews the Assamese book Prakritir Jamadar authored by Manas Pratim Dutta, Biman Handique and Dhruba Jyoti Chetia. Music by Priyanuj Parashar Support the show Download NEZINE App to keep listening to NEZINE's podcast
3 de 7