উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: ড০ ৰ...

উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: ড০ ৰক্তিম ৰঞ্জন শইকীয়াৰ গ্ৰন্থ- প্ৰাক-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাসৰ বিষয়ে মনস্বিনী মহন্তই কৰা এটি পৰ্যালোচনা

NEZINE's Podcast por NEZINE
7 mar 2023
13:30

Notas del episodio

Literature and Society in Northeast : In this special podcast series in Assamese and English, we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region. In this episode, young short story writer and author of the collection of Assamese short stories-Champawotir Na-kai Xojaa Gharkhon-Manaswinee Mahanta reviews Prak Oupanibesik Asomor Arthanoitik Itihas by Dr Raktim Ranjan Saikia and published by Assam Publishing Company 

Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the better

উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এইলানি পডকাষ্টত এইবাৰ শুনক তৰুণ গল্পকাৰ, চম্পাৱতীৰ ন-কৈ সজা ঘৰখন-শীৰ্ষক গল্প সংকলনৰ স্ৰষ্টা মনস্বিনী মহন্তই ড০ ৰক্তিম ৰঞ্জন শইকীয়াৰ গ্ৰন্থ প্ৰাক-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস          ( প্ৰকাশক -অসম পাবলিচিং কোম্পানী)ৰ বিষয়ে কৰা এটি পৰ্যালোচনা।

সংগীত - প্রিয়ানুজ পৰাশৰ

Support the show

Download NEZINE App to keep listening to NEZINE's podcast