উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ অসমৰ প...

উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট পুলক গগৈৰ কৰ্মৰাজিৰ বিষয়ে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ এটি আলোকপাত

NEZINE's Podcast por NEZINE
22 may 2023
13:10

Notas del episodio

উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট পুলক গগৈৰ কৰ্মৰাজিৰ বিষয়ে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ এটি আলোকপাত 

উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে লৈ আনো উ্ৰত্তৰ-পূব ভাৰতৰ সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এই পডকাষ্টটিত আছে  অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট পুলক গগৈৰ কৰ্মৰাজিৰ বিষয়ে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ এটি আলোকপাত । সংগীত-প্রিয়ানুজ পৰাশৰ

 Creative works from Northeast: Cartoonist Nituparna Rajbongshi sheds light on works of Assam’s first political cartoonist Pulak Gogoi

Creative works from Northeast: In this special podcast series, we bring you review, analysis and observation on creative works from India’s northeast region. In this episode, Cartoonist Nituparna Rajbongshi sheds light on works of Assam’s first political cartoonist Pulak Gogoi. Music by Priyanuj Parashar

 

Support the show

Download NEZINE App to keep listening to NEZINE's podcast